Saturday, 7 July 2018

অচিনাকী চৰাই

 অচিনাকী চৰাই তুমি
কিয় আহিলা......
দুখীয়াৰ পঁজালৈ বুলি‌‌‍?
যদিও হোৱা অচিনাকী 
বন্ধুত্বৰ বীজ.......
মুহুর্ততে দিলা সিঁচি।
অচিনাকী কণ্ঠস্বৰ.. আজি
হৈ পৰিল চিনাকী।
এটি সৰু কথাই আমাৰ মাজত
গঢ়িলে ভাৰত - চীনৰ প্রাচীৰ।
জানানে তুমি...?
হৃদয়ৰ নিভৃতম কোণত 
আজিও বাজে...
চিনাকী সুৰৰ প্রতিধবনী।
পুৱাৰ হেঙুলী কিৰণে
আনে তোমাৰেই ছবি,
নিশাৰ নিৰৱতা ভেদি
সোমাই আহে স্মৃতি
ফাগুণৰ পছোৱাৰ সতে
ৰিব - ৰিব বা লাগি।
এই বন্ধুত্বৰ আৰম্ভণী
কেতিয়াও যাতে নিবিচাৰে মেলানি
তাৰ আশাৰে  
            ইতি
YOUR HUNTI

HUNTI ENTERTEIMENT

No comments:

Post a Comment

Featured post

Fbত চিনাকি হৈ চোদনৰ মজা দিলো. মোৰ নাম   সোন্তি গগৈ।  আজি মই লগ পোৱা এগৰাকী নাৰীৰ বিষয়ে কবলৈ গৈ আছো. যাৰ বাবে মই সমাজত নিজকে এজন সফল ব্...