Saturday, 7 July 2018

তুমি এবাৰ উভতি আহিবানে

পাৰিবা নেকি বাৰু 
তুমি এবাৰ উভতি আহিবলে...
যদি পাৰা আহিবাচোন
এবাৰ উভতি মোৰ কাষলৈ...
মোৰ দুখবোৰত
পাৰা যদি পুনৰ আকৌ এবাৰ
বিলাই দিবা,
সুখৰ সেই মূহূৰ্তবোৰ...
মই যে নোৱাৰিছো জানা...
তোমাৰ অবিহনে জীৱন কটাবলৈ...
প্ৰতি পল তোমাক সাৱতি ৰাখিছো 
মোৰ মনৰ মাজত
আৰু জীয়াই ৰাখিছো
তোমাৰ সৈতে পাৰ কৰা
সেই মধুৰ সময়ৰ প্ৰতিটো মূহূৰ্ত...
কিয়নো সেই মূহূৰ্তবোৰৰ মাজতেই
আজি বিচাৰি পাইছো 
তোমাক আৰু তোমাৰ মৰমবোৰ...
{সোন্তি}

No comments:

Post a Comment

Featured post

Fbত চিনাকি হৈ চোদনৰ মজা দিলো. মোৰ নাম   সোন্তি গগৈ।  আজি মই লগ পোৱা এগৰাকী নাৰীৰ বিষয়ে কবলৈ গৈ আছো. যাৰ বাবে মই সমাজত নিজকে এজন সফল ব্...